Show/Hide Keyboard Layout

শ্ৰীময়ী অসমীৰ

- সমবেত সংগীত

শ্ৰীময়ী অসমীৰ শীতল বুকুত উঠে

উচবৰ মধু আলোড়ন ।

শ্ৰীময়ী অসমীৰ শীতল বুকুত উঠে

উচবৰ মধু আলোড়ন ।

জাগে

গম্ভীৰ গিৰিবৰ, প্ৰান্তৰ মনোহৰ,

গম্ভীৰ গিৰিবৰ, প্ৰান্তৰ মনোহৰ ।

সুন্দৰ বন-উপবন

ভেদাভেদ পৰিহৰি, কত জাতি উপজাতি,

ভেদাভেদ পৰিহৰি, কত জাতি উপজাতি ।

মহাপীঠ কৰে নিৰ্মাণ

উলাহৰ অধীৰ ছন্দে, কৌটি কৌটি কন্ঠে, গায় সবে মিলনৰ গান ।

উলাহৰ অধীৰ ছন্দে, কৌটি কৌটি কন্ঠে, গায় সবে মিলনৰ গান ।

সৰগৰ ৰহঘৰা ৰূপে ৰঙে ৰসে ভৰা,

সৰগৰ ৰহঘৰা ৰূপে ৰঙে ৰসে ভৰা ।

উচ্ছল যত প্ৰাণ মন

সৃষ্টিৰ সুৰ বাজে, প্ৰীতিৰ পতাকা উৰে,

সৃষ্টিৰ সুৰ বাজে, প্ৰীতিৰ পতাকা উৰে ।

নতুনৰ লৈ আবাহন

শ্ৰীময়ী অসমীৰ শীতল বুকুত উঠে

উচবৰ মধু আলোড়ন ।

শ্ৰীময়ী অসমীৰ শীতল বুকুত উঠে

উচবৰ মধু আলোড়ন ।

Hits: 1261